মৰমৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল
সকলোকে জনাবলৈ পাই সুখী হৈছো যে সৃষ্টিৰঙ্গ ফাউণ্ডেশ্যনে বিগত বছৰবোৰত সাংস্কৃতিক ক্ষেত্ৰখনত নিজৰ পৰিচয় গঢ়ি বৰ্তমান ত্ৰয়োদশ বছৰ সম্পূৰ্ণ কৰিছে। সেই সুবাদতে আমি ন-পুৰনি ছাত্ৰ ছাত্ৰীসকলৰ এক মিলন সমাৰোহৰ আয়োজন কৰিছো অহা জানুৱাৰী মাহত। সেই সমাৰোহত আমাৰ বিদ্যালয়ৰ পৰা বিশাৰদ উপাধি লাভ কৰা ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীও হাতত লোৱা হৈছে। সেই কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিবৰ বাবে সকলোকে আহ্বান জনাইছো। অহা ২০ ডিচেম্বৰৰ বিয়লি ২বজাত সকলোকে সৃষ্টিৰঙ্গ ফাউণ্ডেশ্যনৰ গৃহলৈ আহিবৰ বাবে অনুৰোধ জনালো। ইয়াতেই আমি ন পুৰণি ছাত্ৰ ছাত্ৰীসকলৰ নাম প্ৰকাশ কৰিছো। এই group ত নথকা ছাত্ৰ ছাত্ৰীসকলক যি চিনি পাই তেওঁলোকে যাতে ২০তাৰিখে আহিবৰ বাবে খবৰ দিয়ে। জানুৱাৰীত হবলগীয়া মুল অনুষ্ঠানৰ দিন থিক হলেই আমি চিঠিসমূহ বিতৰণৰ ব্যৱস্থা কৰিম।
ধন্যবাদেৰে
শ্ৰী পূৰৱী শইকীয়া
সঞ্চালক
সৃষ্টিৰঙ্গ ফাউণ্ডেশ্যনৰ
কাঠনিয়াৰকুৰি, চাৰিগাঁও
২০০৯-২০১০ বৰ্ষ (বিদ্যালয় প্ৰতিষ্ঠাৰ আগৰ)
[ ] সত্ৰীয়া নৃত্য
1.শ্ৰী ইপ্সিতা অৰিহনা শইকীয়া 2.স্বাগতা শইকীয়া 3.সুব্ৰতা শইকীয়া 4.জয়শ্ৰী বৰদলৈ
২০১৩-২০১৪ বৰ্ষ
[ ] সত্ৰীয়া নৃত্য
1. শ্ৰী চান্দিনী কলিতা 2.পংকিতা শইকীয়া
3.প্ৰীয়াক্ষী খাৰঘৰীয়া 4.জয়শ্ৰী বৰদলৈ
5.নিষ্ঠানীতা শইকীয়া 6.চুমি চুতীয়া
7.প্ৰিয়াঙ্কী বৰা(ৰূপা) 8.অম্বিকা বৰা
9.প্ৰীয়াঙ্কী বৰা(পাহি) 10.শতৰূপা দেৱী
11.সুহাসিনী নেওগ 12.শিৱাশ্ৰী শিৱম বৰদলৈ
13.ৰিয়া দত্ত 14.চয়নীকা চুতীয়া
15.পূৰৱী বৰা
[ ] সত্ৰীয়া বাদন
1.ভাৰ্গৱ প্ৰতিম দত্ত 2.শুভংগম কলিতা
3.ধ্ৰুৱজ্যোতি দত্ত 4.মনজিত শইকীয়া
5.প্ৰদ্যুত শইকীয়া 6.ময়ূৰ দত্ত
7.সুশান্ত ফুকন 8.বিশ্বজিৎ শইকীয়া
9.অংকুৰ কাকতি 10.সুমন বৰা 11.বিপ্লৱ শইকীয়া 12.অনুৰাগ শইকীয়া
[ ] বৰগীত
1.ময়ূৰী দত্ত 2.অৰ্ণৱ অনুভৱ বৰা
3.ৰিয়া দত্ত 4.পংকিতা শইকীয়া
5.নিষ্ঠানীতা শইকীয়া 6.প্ৰান্তিক শইকীয়া
[ ] অভিনয়
1.বিষ্ণুজ্যোতি শইকীয়া 2.আকাংক্ষা কলিতা
3.দিপাক্ষী চুতিয়া 4.নয়নজ্যোতি বৰা
২০১৫বৰ্ষ
[ ] সত্ৰীয়া নৃত্য
1.শান্তনা বৰা 2.চন্দ্ৰমা শইকীয়া 3.বাৰ্বী বৰুৱা 4.ৰিমঝিম নেওগ 5.ভাস্বতী শৰ্মা
২০১৬বৰ্ষ
[ ] সত্ৰীয়া নৃত্য
1.বিদিশা তালুকদাৰ 2.ডলী শইকীয়া 3.সুস্মিতা শইকীয়া
২০১৭বৰ্ষ
[ ] সত্ৰীয়া নৃত্য
1.প্ৰিয়ংকা বৰা 2.ভাৰ্গৱী বৰা 3.অৰিস্মিতা বৰা 4.অংকিতা বৰা
5.আশিষ তালুকদাৰ 6.আয়ুষ্মান শইকীয়া
7.সুস্মিতা শইকীয়া
[ ] অভিনয়
1.দেৱাশিষ তালুকদাৰ 2.আকাশদ্বীপ শইকীয়া 3.অনুষ্কা শইকীয়া 4.সাগৰিকা দত্ত
5.অন্বেষা দত্ত 6.হৃদিস্হিতা বৰদলৈ 7.লক্ষিতা দত্ত 8.ৰক্তিম শইকীয়া 9.বৈভৱ বৰুন শইকীয়া 10. অমনজ্যোতি শইকীয়া 11.এলিচা শইকীয়া 12.পল্লৱী শইকীয়া 13.অংকিতা শইকীয়া 14.বৈষ্ণৱী শইকীয়া 15.ঋষিকা বৰা 16.হৰ্ষব্ৰত বৰা 17.আয়ুস্মিতা জাত্ৰোকৰ্ণ 18.জ্ঞানম বৰা 19.আয়ুস কুমাৰ বৰা 20.আস্হাপ্ৰিয়া বৰকাকতী 21.আয়ুষ্মিতা দত্ত 22.প্ৰিয়দৰ্শিনী দত্ত 23.ৰাহুল বৰা 24.অশোক শইকীয়া 25.প্ৰাঞ্জল শইকীয়া 26.সূৰুয প্ৰতিম দত্ত 27.শিল্পীশিখা শইকীয়া 28.অশোক শইকীয়া 29.সঞ্জীৱ শইকীয়া 30.শিৱানী বৰুৱা 31.অংকিত শইকীয়া 32.কংকনা দত্ত 33.জ্ঞানদীপ বৰা 34.জ্যোতিষ্ণা ভৰালী 35.উদ্দীপনা বৰা 36. বিষ্ণু শইকীয়া 37.অভিলাষ শইকীয়া 38.প্ৰিয়াংকুশ বৰা 39.ৰূপজ্যোতি বৰা 40.নিলোৎপল দত্ত 41.দিয়াৰানী শইকীয়া 42.পৰিণীতা বৰা 43.মৃন্ময় হাজৰিকা 44.সুদেষ্ণা দত্ত 45.নাচা হাজৰিকা 46.আদিত্য নাৰায়ণ দত্ত 47.মৃনাল লাখৰা 48.অংকিত দত্ত
২০১৮-২০১৯বৰ্ষ
[ ] সত্ৰীয়া নৃত্য
1.অৰ্চিতা শইকীয়া 2.ভাৰ্গৱী কেওত 3.ঋতুপৰ্ণা বৰা 4.আয়ুসী বৰুৱা
5.গাৰ্গী দাস 6.আকাংক্ষা বৰা
7.আয়ুশ্ৰী বৰা 8.পুষ্পিকা বৰা
9.ভাৰ্গৱী বৰা 10.তিস্তা তনয়া শইকীয়া
[ ] সত্ৰীয়া বাদন
1.প্ৰনৱজ্যোতি শইকীয়া 2.তন্ময় দত্ত 3.জ্যোতিষ্মান শইকীয়া
২০২০-২০২৪বৰ্ষ
[ ] সত্ৰীয়া নৃত্য
1.দেৱাঙ্গনা দাস 2.কৃষ্টিনা বৰা 3.পুষ্পাঞ্জলি শইকীয়া 4.মধু বৰা 5.ৰাজৱিনী প্ৰিয়দৰ্শিনী 6.প্ৰিয়া দাস 7.আভাৰানী দাস 8.সাগৰীকা বৰা
9.সঞ্চিতা শইকীয়া
[ ] অভিনয়
1.অনুষ্কা বৰুৱা 2.হিৰস্ময়ী বৰা 3.অৰ্পিতা নেওগ 4.আদ্ৰিজা বৰদলৈ 5.প্ৰিস্নিকা শইকীয়া 6.পল্লৱী নেওগ 7.লাকি নেওগ 8.ৰিয়ান বৰা 9.ৰিতুপন বেজবৰা 10.আৰ্যনীল শইকীয়া 11.ময়ূৰপন্ত শইকীয়া 12.অংশুমান নেওগ 13.অবিনাশ নেওগ 14.ৰাজদীপ বৰা 15.ভাগ্যজ্যোতি নেওগ 16.আয়ুষ্মান বৰা 17.প্ৰিতম নেওগ 18.তন্ময় বেজবৰা 19.পাৰ্থ প্ৰতিম শইকীয়া 20.জ্যোতিষ্মান দলৈ 21.জ্ঞানজ্যোতি বৰা 22.কৃতিৰাজ বৰা 23.দেৱদৰ্শন দত্ত 24.হৃদয়স্পন্দন বৰা 25.ইমনজ্যোতি গগৈ 26.প্ৰিয়ানুজ শইকীয়া 27.অংকুশ বৰা 28.বৰ্নিল আকাশ বৰা 29.প্ৰবাল পাৰ্থ ভৰালী 30.কাব্যদীপ ভৰালী
31.অৰ্নবজ্যোতি ভৰালী 32.প্ৰিচা প্ৰিভিন্যা
33.আৰ্য়া আৰাধ্যা 34.ৰিয়ান ভৰালী
35.দৃষ্টিপ্ৰীয়া দত্ত 36.পূজা দত্ত
37.প্লাবিতা হাজৰিকা 38.ইহাবন্যা বৰকটকী
39.আবিৰপ্ৰান দত্ত 40.কাব্যম অমৃত দত্ত
41.হৰ্ষিতা কলিতা 42.পূজা বৰা
43.অংশুৰঞ্জন দত্ত 44.কংকনা বৰা
45.গুণগুণ বৰুৱা 46.আয়ুস কৃষ্ণন পূজাৰী
47.দৰ্শিল বৰা 48.মেধাঞ্ছ ভৰালী 49.অবনীশ ভৰালী 50.চয়নীকা গগৈ
51.পৰী বৰা 52.আস্হাপ্ৰিয়া বৰা
53.আৰ্চিপ্ৰীয়া বৰা 54.ৰশ্মি দাস
মৰমৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল
সকলোকে জনাবলৈ পাই সুখী হৈছো যে সৃষ্টিৰঙ্গ ফাউণ্ডেশ্যনে বিগত বছৰবোৰত সাংস্কৃতিক ক্ষেত্ৰখনত নিজৰ পৰিচয় গঢ়ি বৰ্তমান ত্ৰয়োদশ বছৰ সম্পূৰ্ণ কৰিছে। সেই সুবাদতে আমি ন-পুৰনি ছাত্ৰ ছাত্ৰীসকলৰ এক মিলন সমাৰোহৰ আয়োজন কৰিছো অহা জানুৱাৰী মাহত। সেই সমাৰোহত আমাৰ বিদ্যালয়ৰ পৰা বিশাৰদ উপাধি লাভ কৰা ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীও হাতত লোৱা হৈছে। সেই কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিবৰ বাবে সকলোকে আহ্বান জনাইছো। অহা ২০ ডিচেম্বৰৰ বিয়লি ২বজাত সকলোকে সৃষ্টিৰঙ্গ ফাউণ্ডেশ্যনৰ গৃহলৈ আহিবৰ বাবে অনুৰোধ জনালো। ইয়াতেই আমি ন পুৰণি ছাত্ৰ ছাত্ৰীসকলৰ নাম প্ৰকাশ কৰিম। এই group ত নথকা ছাত্ৰ ছাত্ৰীসকলক যি চিনি পাই তেওঁলোকে যাতে ২০তাৰিখে আহিবৰ বাবে খবৰ দিয়ে। জানুৱাৰীত হবলগীয়া মুল অনুষ্ঠানৰ দিন থিক হলেই আমি চিঠিসমূহ বিতৰণৰ ব্যৱস্থা কৰিম।
ধন্যবাদেৰে
শ্ৰী পূৰৱী শইকীয়া
সঞ্চালক
সৃষ্টিৰঙ্গ ফাউণ্ডেশ্যনৰ
কাঠনিয়াৰকুৰি, চাৰিগাঁও