ৰাসলীলা ২০২৫, 5 November | Event in Jorhat | AllEvents

ৰাসলীলা ২০২৫

আদৰ্শ মহিমাবাৰী নৱজ্যোতি মিলন সংঘ

Highlights

Wed, 05 Nov, 2025 at 09:30 am

Mohimabari Gaon,Titabar

Advertisement

Date & Location

Wed, 05 Nov, 2025 at 09:30 am (IST)

Mohimabari Gaon, Titabar

Mohimabari Tiniali, Titabar - Jorhat. Assam, Titabar, Jorhat, India

Save location for easier access

Only get lost while having fun, not on the road!

About the event

ৰাসলীলা ২০২৫
আজি লক্ষ্মী পূৰ্ণিমা.... আজি শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা ৰ নাট ৰ শুভাৰম্ভ। পৰম্পৰাগত ধাৰা অক্ষুণ্ণ আদৰ্শ মহিমাবাৰী নৱ জ্যোতি মিলন সংঘতো ২০২৫ বৰ্ষৰ আজি নাট মেলা পৰ্ব অনুষ্ঠিত হয়...। ৪৩ টা বৰ্ষ সফলতাৰে উদযাপন কৰা আদৰ্শ মহিমাবাৰী নৱ জ্যোতি মিলন সংঘৰ ৰাসলীলাৰ আছে এক গৌৰৱোজ্জ্বল ইতিহাস আৰু আধ্যাত্মিক চেতনা....। ন পুৰণি শিল্পীক লৈ এই বৰ্ষৰ অথাৎ ৪৪ তম শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা অহা ৪ আৰু ৫ নৱেম্বৰ অসমীয়া লেখেৰে কাতি মাহৰ ১৭ আৰু১৮ তাৰিখে দুই দিনিয়াকৈ আয়োজন কৰা হৈছে.... তদুপলক্ষে ৰাসপ্রেমী ৰাইজক আমন্ত্রণ জনোৱাৰ লগতে দিহা-পৰামর্শ আৰু সহায়-সহযোগিতা কামনা কৰিলোঁ...
ধন্যবাদ।

interested
Stay in the loop for updates and never miss a thing. Are you interested?
Yes
No

Ticket Info

To stay informed about ticket information or to know if tickets are not required, click the 'Notify me' button below.

Advertisement

Nearby Hotels

Mohimabari Gaon,Titabar, Mohimabari Tiniali,Titabar - Jorhat. Assam,Titabar, Jorhat, India
Get updates and reminders
Ask AI if this event suits you
Advertisement
ৰাসলীলা ২০২৫, 5 November | Event in Jorhat | AllEvents
ৰাসলীলা ২০২৫
Wed, 05 Nov, 2025 at 09:30 am