Event

DEBATE COMPETITION

Advertisement

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,অসমৰ উদ্যোগত
যোৰহাট জিলা সমিতিৰ আতিথ্যত অনুষ্ঠিত হ'ব লগা সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতাৰ অনুষ্ঠানলৈ সকলোকে নিমন্ত্ৰণ জনালোঁ।

দিনাংকঃ ২০ জুলাই, ২০২৫
স্থানঃ চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়, যোৰহাট।



Advertisement
Share with someone you care for!

Best of Jorhat Events in Your Inbox