

# Event Details

- **Event Name**: ৰাংচালি উৎসৱ 2026
- **Event Start and End Date**: Fri, 20 Mar, 2026 at 10:30 pm
- **Event Description**: গাঁওৰ পৰম্পৰা সমন্বয় আৰু লোকবিশ্বাস...

প্ৰতি বছৰে পহিলা মাঘৰ দিনটোত অৰ্থাৎ মাঘৰ ১ তাৰিখে গুৱাল গাঁৱবাসীৰ উদ্যোগত ঐতিহাসিক ৰাংচালী জানৰ মাথাউৰিৰ পাৰৰ ৰাংচালি সমন্বয় ক্ষেত্ৰত প্ৰায় ১০০ বছৰযোৰা পৰম্পৰা "গৰখীয়া ভোজ" ৰাইজে প্ৰতি বছৰে উলহ মালহেৰে পালন কৰি আহিছে, লোকবিশ্বাস অনুসৰি এই পৰম্পৰাগত "গৰখীয়া ভোজত" গাঁৱখনৰ লগতে দাতিকাষৰীয়া অঞ্চলৰ অপায় অমংগল দূৰ হৈ সকলোৰেই কুশলৰ অৰ্থে নদীৰ বুকুত ভোগ দিয়া হয় আৰু সকলোৱে প্ৰকৃতিৰ ওচৰত সেৱা লোৱা হয়... গাঁওৰ প্ৰতিজন ব্যক্তি কৰ্মসূত্ৰে দূৰ দূৰণিত থাকিব লগা হয় যদিও তেওঁলোকে এই পৰম্পৰাত ভাগ লবলৈ চেষ্টা কৰে আৰু পৰম্পৰা অনুসৰি হাঁহ কুমুৰাৰ ভোগ আগবঢ়াই মনৰ আশা পূৰণৰ বাবে প্ৰকৃতিৰ ওচৰত সেৱা লয় আৰু সকলোৰে লগতে কোনোধৰণৰ হালধি জাতীয় ৰং ব্যৱহাৰ নোহোৱা ব্যঞ্জনৰ সোৱাদ লয়।  

যুগ যুগলৈ আমাৰ গাঁওৰ এই পৰম্পৰা অটুট থাকক আৰু সকলোৱে এনেকৈয়ে এই পৰম্পৰা আগুৱাই লৈ যোৱাত সহযোগিতা আগবঢ়াই আহক?..

যোৱা তিনিটা বছৰত এই পৰম্পৰা ৰাংচালি উৎসৱৰ সমান্তৰালভাৱে আয়োজন কৰা হৈছিল যদিও এইবাৰ পৰীক্ষাৰ্থী সকলৰ প্ৰতি লক্ষ্য ৰাখি ৰাংচালি উৎসৱৰ দিন মাৰ্চ মাহৰ 20, 21 আৰু 22 তাৰিখলৈ পিছুৱাই দিয়াত পৰম্পৰা অনুসৰি এই অনুষ্ঠানভাগ পূৰ্বে নিৰ্ধাৰিত দিনতেই গাঁওৰ ৰাইজে অনুষ্ঠিত কৰে...

#ৰাংচালিউৎসৱ_2026 
গুৱাল গাঁও শিক্ষা সমিতি 
গুৱাল গাঁও যুৱ মঞ্চ 
ৰাংচালি উৎসৱ Rangchali Festival 
Bikram Nitin Saikia
- **Event URL**: https://allevents.in/jorhat/ৰাংচালি-উৎসৱ-2026/200029679850439
- **Event Categories**: festivals
- **Interested Audience**: 
  - total_interested_count: 146

## Ticket Details


## Event venue details

- **city**: Jorhat
- **state**: AS
- **country**: India
- **location**: Guwal Gaon
- **lat**: 26.31646
- **long**: 93.98896
- **full address**: Guwal Gaon, Jamuguri, Assam, India, Jorhat

## Event gallery

- **Alt text**: ৰাংচালি উৎসৱ 2026
  - **Image URL**: https://cdn-az.allevents.in/events5/banners/0418fa46fea90e24ae07ae35f0b203000f4572afd5e07d841265806e8602a8bc-rimg-w1200-h902-dc916248-gmir?v=1773765359

## FAQs

- **Q**: When and where is ৰাংচালি উৎসৱ 2026 being held?
  - **A:** ৰাংচালি উৎসৱ 2026 takes place on Fri, 20 Mar, 2026 at 10:30 pm to Fri, 20 Mar, 2026 at 10:30 pm at Guwal Gaon, Jamuguri, Assam, India, Jorhat.
- **Q**: Who is organizing ৰাংচালি উৎসৱ 2026?
  - **A:** ৰাংচালি উৎসৱ 2026 is organized by ৰাংচালি উৎসৱ Rangchali Festival.
- **Q**: Who is this event for? Is it right for me?
  - **A:** ৰাংচালি উৎসৱ 2026 is ideal for foodies, craft beverage enthusiasts, and festival fans looking for the best local flavors and experiences. Whether you're a first-time attendee or a longtime enthusiast in Jorhat, this event is thoughtfully curated to deliver a standout experience worth every moment. With 140+ people already showing interest, this is clearly an event worth adding to your calendar - don't miss out.

## Structured Data (JSON-LD)

```json
[
    {
        "@context": "https://schema.org",
        "@type": "Festival",
        "name": "ৰাংচালি উৎসৱ 2026",
        "image": "https://cdn-az.allevents.in/events5/banners/0418fa46fea90e24ae07ae35f0b203000f4572afd5e07d841265806e8602a8bc-rimg-w1200-h902-dc916248-gmir?v=1773765359",
        "startDate": "2026-03-20",
        "url": "https://allevents.in/jorhat/ৰাংচালি-উৎসৱ-2026/200029679850439",
        "location": {
            "@type": "Place",
            "name": "Guwal Gaon",
            "address": {
                "@type": "PostalAddress",
                "streetAddress": "Jamuguri, Assam, India",
                "addressLocality": "Jorhat",
                "addressRegion": "AS",
                "addressCountry": "IN"
            },
            "geo": {
                "@type": "GeoCoordinates",
                "latitude": "26.31646",
                "longitude": "93.98896"
            }
        },
        "eventAttendanceMode": "https://schema.org/OfflineEventAttendanceMode",
        "description": "গাঁওৰ পৰম্পৰা সমন্বয় আৰু লোকবিশ্বাস...\n\nপ্ৰতি বছৰে পহিলা মাঘৰ দিনটোত অৰ্থাৎ মাঘৰ ১ তাৰিখে গুৱাল গাঁৱবাসীৰ উদ্যোগত ঐতিহাসিক ৰাংচালী জানৰ মাথাউৰিৰ পাৰৰ ৰাংচালি সমন্বয় ক্ষেত্ৰত প্ৰায় ১০০ বছৰযোৰা পৰম্পৰা \"গৰখীয়া ভোজ\" ৰাইজে প্ৰতি বছৰে উলহ মালহেৰে পালন কৰি আহিছে, লোকবিশ্বাস অনুসৰি এই পৰম্পৰাগত \"গৰখীয়া ভো",
        "organizer": [
            {
                "@type": "Organization",
                "name": "  Rangchali Festival",
                "url": "https://allevents.in/org/ৰাংচালি-উৎসৱ-rangchali-festival/27476349"
            }
        ]
    }
]
```