

# Event Details

- **Event Name**: বিহু
- **Event Start and End Date**: Sat, 18 Apr, 2026 at 09:00 am (+05:30)
- **Event Description**: উঠি অহা নৱ প্ৰজন্মক বিহু সংস্কৃতিৰ প্ৰতি আকৃষ্ট কৰাৰ প্ৰচেষ্টাৰে বীৰ লাচিত সেনা অসম, লাকুৱা আঞ্চলিক সমিতিৰ উদ্যোগত, পথালিগড় শাখা সমিতি, চলাপথাৰ শাখা সমিতি আৰু বৃহত্তৰ লাকুৱাবাসী ৰাইজৰ সহযোগত যোৱা  ইংৰাজী ১৫ মাৰ্চ ২০২৬ তাৰিখৰ পৰা ২৯ মাৰ্চ ২০২৬ লৈকে #লাকুৱা_সৃজনি_সমাজ প্ৰাঙ্গণত ষষ্ঠ বৰ্ষৰ বাবে আয়োজন কৰা #লাকুৱা_কেন্দ্রীয়_বিহু_কৰ্মশালাৰ সামৰণী অনুষ্ঠানৰ লগতে বহাগী আদৰণি অনুষ্ঠানলৈ অহা ইং ১৮ এপ্ৰিল (৪ ব'হাগ) ২০২৬ তাৰিখ শনিবাৰে সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনালো । অনুষ্ঠানটিৰ সফল ৰূপায়নত সকলোৰে সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিলো। 

ধন্যবাদ 🙏

বীৰ লাচিত সেনা অসম, লাকুৱা আঞ্চলিক সমিতি 
লাকুৱা কেন্দ্ৰীয় বিহু কৰ্মশালা
- **Event URL**: https://allevents.in/dibrugarh/বিহু/200029939519531
- **Interested Audience**: 
  - total_interested_count: 0

## Ticket Details


## Event venue details

- **city**: Dibrugarh
- **state**: AS
- **country**: India
- **location**: লাকুৱা কেন্দ্ৰীয় বিহু কৰ্মশালা
- **lat**: 27.009658218158
- **long**: 94.84981
- **full address**: লাকুৱা কেন্দ্ৰীয় বিহু কৰ্মশালা, Simaluguri, Assam, India, Dibrugarh

## Event gallery

- **Alt text**: বিহু
  - **Image URL**: https://cdn-az.allevents.in/events1/banners/e029d7c32bf8e8d807bd0fe63f5d334ea3ee0639c2c87b2624aca4f6ffbf7c27-rimg-w1200-h720-dcedf0f5-gmir?v=1776141691

## FAQs

- **Q**: When and where is বিহু being held?
  - **A:** বিহু takes place on Sat, 18 Apr, 2026 at 09:00 am to Sat, 18 Apr, 2026 at 09:00 am at লাকুৱা কেন্দ্ৰীয় বিহু কৰ্মশালা, Simaluguri, Assam, India, Dibrugarh.
- **Q**: Who is organizing বিহু?
  - **A:** বিহু is organized by লাকুৱা কেন্দ্ৰীয় বিহু কৰ্মশালা.

## Structured Data (JSON-LD)

```json
[
    {
        "@context": "https://schema.org",
        "@type": "Event",
        "name": "বিহু",
        "image": "https://cdn-az.allevents.in/events1/banners/e029d7c32bf8e8d807bd0fe63f5d334ea3ee0639c2c87b2624aca4f6ffbf7c27-rimg-w1200-h720-dcedf0f5-gmir?v=1776141691",
        "startDate": "2026-04-18T09:00:00+05:30",
        "url": "https://allevents.in/dibrugarh/বিহু/200029939519531",
        "eventStatus": "https://schema.org/EventScheduled",
        "location": {
            "@type": "Place",
            "name": "লাকুৱা কেন্দ্ৰীয় বিহু কৰ্মশালা",
            "address": {
                "@type": "PostalAddress",
                "streetAddress": "Simaluguri, Assam, India",
                "addressLocality": "Dibrugarh",
                "addressRegion": "AS",
                "addressCountry": "IN"
            },
            "geo": {
                "@type": "GeoCoordinates",
                "latitude": "27.009658218158",
                "longitude": "94.84981"
            }
        },
        "eventAttendanceMode": "https://schema.org/OfflineEventAttendanceMode",
        "description": "উঠি অহা নৱ প্ৰজন্মক বিহু সংস্কৃতিৰ প্ৰতি আকৃষ্ট কৰাৰ প্ৰচেষ্টাৰে বীৰ লাচিত সেনা অসম, লাকুৱা আঞ্চলিক সমিতিৰ উদ্যোগত, পথালিগড় শাখা সমিতি, চলাপথাৰ শাখা সমিতি আৰু বৃহত্তৰ লাকুৱাবাসী ৰাইজৰ সহযোগত যোৱা  ইংৰাজী ১৫ মাৰ্চ ২০২৬ তাৰিখৰ পৰা ২৯ মাৰ্চ ২০২৬ লৈকে #লাকুৱা_সৃজনি_সমাজ প্ৰাঙ্গণত ষষ্ঠ বৰ্ষৰ বাবে আয়োজন",
        "organizer": [
            {
                "@type": "Organization",
                "name": "   ",
                "url": "https://allevents.in/org/লাকুৱা-কেন্দ্ৰীয়-বিহু-কৰ্মশালা/27687655"
            }
        ]
    }
]
```